ApkDownload

অসমীয়া শ্ৰীমদ্ভগৱদগীতা Assamese BhagavadGita APK

最新版本 1.0.0 for Windows
更新 2022年December09日

信息

1.0.0 (#3)

更新 2022年December09日

APK檔案大小 6 MB

Android 最低版本需求 Android 4.0+ (Ice Cream Sandwich)

開發人員 Rantu M Deka

類別 圖書與參考資源 (應用)

應用 ID apli606582.pjd

開發者備註 শ্ৰীমদ্ভগৱদগীতা এতিয়া অসমীয়া ভাষাত পঢ়ক আৰু পঢ়ুৱাওঁক ।

螢幕截圖圖片

點擊圖像以查看完整尺寸

最新異動

অসমীয়া শ্ৰীমদ্ভগৱদগীতা Assamese BhagavadGita 1.0.0的新功能

Relase on 17-03-2019
BhagavadGita Assamese(শ্ৰীমদ্ভগৱদগীতা-অসমীয়া)
Read Complete Bhagavad Gita in Assamese here
শ্ৰীমদ্ভগৱদগীতাখন অসমীয়াত পঢ়ক ।

內容描述

শ্ৰীমদ্ভগৱদগীতা গীতা এখন পৰম ৰহস্যময় পুথি । আজীৱন অধ্যয়ন কৰি ইয়াৰ আদি অন্ত পোৱা নাযায় । প্ৰতিদিনে নতুন ভাৱৰ উদয় হয় । গীতা স্বয়ং পদ্মনাভ ভগৱান শ্ৰীবিষ্ণুৰ মুখৰ পৰা নিঃসৃত । কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভৰ পূৰ্বত উভয়পক্ষ যোদ্ধাৰূপত আত্মীয়-স্বজনক দেখি অৰ্জুনে শ্ৰীকৃষ্ণক কি কৈছিল সেয়া সৰ্বজনবিদিত । অৰ্জুনৰ ভুল সংশোধনৰ বাবে কৈছিল-- আত্মা কেতিয়াও বিনষ্ট নহয়, আত্মা নৃত্য স্থিতিশীল , অবিনাশী, এই সংসাৰ কৰ্মময়, কৰ্মানুষ্ঠান কৃতকাৰ্য কৰাই মানুহৰ কৰ্তব্য । এনে ধৰণৰ বহু শাস্ত্ৰসন্মত মীমাংশাৰ দ্বাৰা শ্ৰীকৃষ্ণই অৰ্জুনৰ মনৰ ভ্ৰান্তি দূৰ কৰিছিল ।এইসকলো বিষয় লৈ অৰ্জুনৰ প্ৰশ্ন আৰু ভগৱানৰ উত্তৰ ৰূপেশ্ৰীমদ্ভগৱদগীতা ৰচিত ।
পাঠকে সেই পৰম পুৰুষ পৰমেশ্বৰৰ কৃপাতহে এই পুথিৰ গূঢ় তত্ত্ব বুজিবলৈ সক্ষম হ'ব ।সকলো বৰ্ণৰ সকলো শ্ৰেণীৰ মানুহ যি তেওঁৰ ভক্ত,সেইসকলৰ মাজত ইয়াক প্ৰচাৰৰ নিৰ্দেশ দিছে । গীতাশ্ৰয়ীজনক প্ৰভুই মুক্তি দিবই । আমি যেন সকলোৱে প্ৰভুৰ কৃপা লাভ কৰিব পাৰোঁ।
শ্ৰীমদ্ভগৱদগীতা হৈছে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে বিষণ্ণ আৰু বিমুঢ় হৈ পৰা অৰ্জ্জুনৰ প্ৰতি শ্ৰীকৃষ্ণৰ তাত্বিক উপদেশ | গীতাত ওঠৰতা অধ্যায়ত মুঠতে সাতশ এটা শ্লোক আছে |অসমীয়া ভাষাত শ্ৰীমদ্ভগৱদগীতা খন পাঠকৰ হাতত তুলি দিবলৈ যাওঁতে ৰৈ যোৱা ভুল-ক্ৰুটিৰ বাবে সকলোৰে শ্ৰীচৰণত আগতীয়াকৈ ক্ষমা বিচাৰিছো |এইখিনি কৰিবলৈ যাওতে বিভিন্ন পুথিৰ সহায় লোৱা হৈছে | ভুল-ক্ৰুটিসমূহ আঙুলিয়াই দিলে আমি সংশোধন কৰাৰ চেষ্টা কৰিম ।

評分和評論

評分:5.0 / 5 · ‎Less than 100 票

(*) 是必須的

之前的版本

অসমীয়া শ্ৰীমদ্ভগৱদগীতা Assamese BhagavadGita 1.0.0 APK - 下載 適用于 Windows - (#3, 6 MB)