ApkDownload

ছহীহ বুখাৰী APK

En Son Sürüm 1.3 for Windows
Güncellendi 04 September 2020

Uygulama hakkında bilgi

Sürüm 1.3 (#10002)

Güncellendi 04 September 2020

APK Boyutu 4.2 MB

Gereken Android sürümü Android 4.4+ (KitKat)

Sunan Islam House

Kategori Ücretsiz Kitaplar ve Referans Uygulama

Uygulama id org.nativescript.bukharihadith

Geliştirici notları অসমীয়া বুখাৰীৰ প্ৰথম খণ্ডৰ হাদীছসমূহ।

Ekran Görüntüsü Resmi

Tam boyutunu görmek için resmin üzerine tıklayın

En son güncellemeler

ছহীহ বুখাৰী 1.3 deki yenilikler

Bug fixes and improvements

Açıklama

সকলো ধৰণৰ প্রশংসা একমাত্র আল্লাহৰ বাবে, দৰুদ আৰু ছালাম অৱতীৰ্ণ হওক আমাৰ প্ৰিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত।

অসমীয়া ভাষাভাষী সকলো লোকে যাতে বুখাৰীৰ হাদীছসমূহৰ উপকৃত উপকৃত হব পাৰে, সেই উদ্দেশ্য আগত ৰাখি আমি প্ৰথম খণ্ডৰ হাদীছসমূহ এপ্লিকেচন আকাৰে প্ৰকাশ কৰাৰ প্ৰয়াস কৰিছো। এইটো আমাৰ প্ৰথম ধাপ, ইয়াত আমি ১৩৯৪ টা হাদীছ সন্নিবিষ্ট কৰিছো।
অনাগত দিনত আমি এই এপ্পটোত বুখাৰী আদি কৰি হাদীছৰ আন আন কিতাপসমূহ অসমীয়ালৈ অনুবাদ কৰি সন্নিবিষ্ট কৰাৰ চেষ্টা কৰিম।
বৰ্তমান এপ্পটোত হাদীছ নম্বৰৰ দ্বাৰা আৰু শব্দৰ দ্বাৰা হাদীছ অনুসন্ধান কৰাৰ সুবিধা আছে আছে, লগতে লাষ্ট ৰিড বুকমাৰ্ক আৰু কপি কৰাৰো সুবিধা প্ৰদান কৰা হৈছে।
যিহেতু এইটো আমাৰ প্ৰথম চেষ্টা, গতিকে লাহে লাহে ফিচাৰসমূহ যোগ কৰা হ ব শ্বা আল্লাহ।
অনুবাদকঃ শ্বাইখ ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান
এপ্পটো প্ৰস্তুত কৰিছেঃ চৈয়দ ইনজামূল হক |

অৱশেষত আল্লাহৰ ওচৰত দুআ কৰিছো, হে আল্লাহ! তুমি আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাক কবুল কৰা। লগতে পৃথিৱী আৰু আখিৰাতত উত্তম প্ৰতিদান দান আমাৰ সেই সকলো সকলো ভাতৃক, যিসকলে অৰ্থ আৰু শ্ৰমৰ দ্বাৰা প্ৰতিনিয়ত এই এপ্পটোৰ কৰ্মত নিয়োজিত আছিল।

Reytingler ve İncelemeler

Kullanıcı oyu: 4.9 / 5 · Less than 100 oy

(*) gereklidir

Önceki sürümler

Windows için ছহীহ বুখাৰী 1.3 APK (#10002, 4.2 MB)