ApkDownload

অসমীয়া শ্ৰীমদ্ভগৱদগীতা Assamese BhagavadGita APK

نسخه کنونی 1.0.0 for Windows
به روز شده 2022-12-09

اطلاعات

نسخه 1.0.0 (#3)

به روز شده 2022-12-09

اندازه پرونده APK 6 MB

نسخه Android مورد نیاز Android 4.0+ (Ice Cream Sandwich)

برنامه نویس Rantu M Deka

رده کتاب‌ها و منابع (برنامه)

ID apli606582.pjd

یادداشت های توسعه دهنده শ্ৰীমদ্ভগৱদগীতা এতিয়া অসমীয়া ভাষাত পঢ়ক আৰু পঢ়ুৱাওঁক.

تصویر نماگرفت

برای دیدن اندازه اصلی روی عکس کلیک کنید

قابلیت های جدید

تازه چه خبر در অসমীয়া শ্ৰীমদ্ভগৱদগীতা Assamese BhagavadGita 1.0.0 است

Relase on 17-03-2019
BhagavadGita Assamese(শ্ৰীমদ্ভগৱদগীতা-অসমীয়া)
Read Complete Bhagavad Gita in Assamese here
শ্ৰীমদ্ভগৱদগীতাখন অসমীয়াত পঢ়ক ।

شرح

শ্ৰীমদ্ভগৱদগীতা গীতা এখন পৰম ৰহস্যময় পুথি. আজীৱন অধ্যয়ন কৰি ইয়াৰ আদি অন্ত পোৱা নাযায়. প্ৰতিদিনে নতুন ভাৱৰ উদয় হয়. গীতা স্বয়ং পদ্মনাভ ভগৱান শ্ৰীবিষ্ণুৰ মুখৰ পৰা নিঃসৃত. কুতুক্ষেত্ৰ যুদ্ধ আৰম্ভৰ পূৰ্বত উভয়পক্ষ যোদ্ধাৰূপত আত্মীয়-স্বজনক দেখি অৰ্জুনে শ্ৰীকৃষ্ণক কি কৈছিল সেয়া সৰ্বজনবিদিত. অৰ্জুনৰ ভুল সংশোধনৰ বাবে কৈছিল-- আত্মা কেতিয়াও বিনষ্ট নহয়، আত্মা নৃত্য স্থিতিশীল، অবিনাশী، এই সংসাৰ কৰ্মময়، কৰ্মানুষ্ঠান কৃতকাৰ্য কৰাই মানুহৰ কৰ্তব্য. এনে ধৰণৰ বহু শাস্ত্ৰসন্মত মীমাংশাৰ দ্বাৰা শ্ৰীকৃষ্ণই অৰ্জুনৰ মনৰ ভ্ৰান্তি দূৰ কৰিছিল .এইসকলো বিষয় লৈ অৰ্জুনৰ প্ৰশ্ন আৰু ভগৱানৰ উত্তৰ ৰূপেশ্ৰীমদ্ভগৱদগীতা ৰচিত.
পাঠকে সেই পৰম পুৰুষ পৰমেশ্বৰৰ কৃপাতহে এই পুথিৰ গূঢ় তত্ত্ব বুজিবলৈ সক্ষম হ'ব .সকলো বৰ্ণৰ সকলো শ্ৰেণীৰ মানুহ যি তেওঁৰ ভক্ত، সেইসকলৰ মাজত ইয়াক প্ৰচাৰৰ নিৰ্দেশ দিছে. গীতাশ্ৰয়ীজনক প্ৰভুই মুক্তি দিবই. আমি যেন সকলোৱে প্ৰভুৰ কংপা লাভ কৰিব পাৰোঁ.
শ্ৰীমদ্ভগৱদগীতা হৈছে কুৰুক্ষেত্ৰ যুদ্ধ আৰম্ভ হোৱাৰ আগতে বিষণ্ণ আৰু বিমুঢ় হৈ পৰা অৰ্জ্জুনৰ প্ৰতি শ্ৰীকৃষ্ণৰ তাত্বিক উপদেশ | গীতাত ওঠৰতা অধ্যায়ত মুঠতে সাতশ এটা শ্লোক আছে | অসমীয়া ভাষাত শ্ৰীমদ্ভগৱদগীতা খন পাঠকৰ হাতত তুলি দিবলৈ যাওঁতে ৰৈ যোৱা ভুল-ক্ৰুটিৰ বাবে সকলোৰে শ্ৰীচৰণত আগতীয়াকৈ ক্ষমা বিচাৰিছো | এইখিনি কৰিবলৈ যাওতে বিভিন্ন পুথিৰ সহায় লোৱা হৈছে | ভুল-ক্ৰুটিসমূহ আপুলিয়াই দিলে আমি সংশোধন কৰাৰ চেষ্টা কৰিম.

رأی و نظرات

رتبه: 5.0 / 5 · Less than 100 رأی

(*) مورد نیاز است

نسخه های قبلی

অসমীয়া শ্ৰীমদ্ভগৱদগীতা Assamese BhagavadGita 1.0.0 APK (#3, 6 MB)