ছহীহ বুখাৰী APK
App information
Version 1.3 (#10002)
Updated 2020-09-04
APK Size 4.2 MB
Requires Android Android 4.4+ (KitKat)
Offered by Islam House
Category Free Books & Reference App
App id org.nativescript.bukharihadith
Developer's notes অসমীয়া বুখাৰীৰ প্ৰথম খণ্ডৰ হাদীছসমূহ।
Screenshot
Click on the image to see full size
Table of contents
Latest updates
What's new in ছহীহ বুখাৰী 1.3
Editor's review
Download the latest ছহীহ বুখাৰী application, version 1.3, compatible with Windows 10/11 (using emulators such as Bluestacks), Android devices. This free Books & Reference app is developed by Islam House and is easy to download and install.
Previous versions, including 1.3, are also available. If you need help or have any problems, please let us know.
Description
অসমীয়া ভাষাভাষী সকলো লোকে যাতে বুখাৰীৰ হাদীছসমূহৰ দ্বাৰা উপকৃত হব পাৰে, সেই উদ্দেশ্য আগত ৰাখি আমি বুখাৰীৰ প্ৰথম খণ্ডৰ হাদীছসমূহ এপ্লিকেচন আকাৰে প্ৰকাশ কৰাৰ প্ৰয়াস কৰিছো। এইটো আমাৰ প্ৰথম ধাপ, ইয়াত আমি ১৩৯৪ টা হাদীছ সন্নিবিষ্ট কৰিছো।
অনাগত দিনত আমি এই এপ্পটোত বুখাৰী মুছলিমকে আদি কৰি হাদীছৰ আন আন কিতাপসমূহ অসমীয়ালৈ অনুবাদ কৰি সন্নিবিষ্ট কৰাৰ চেষ্টা কৰিম।
বৰ্তমান এপ্পটোত হাদীছ নম্বৰৰ দ্বাৰা আৰু অসমীয়া শব্দৰ দ্বাৰা হাদীছ অনুসন্ধান কৰাৰ সুবিধা আছে, লগতে লাষ্ট ৰিড বুকমাৰ্ক আৰু কপি কৰাৰো সুবিধা প্ৰদান কৰা হৈছে।
যিহেতু এইটো আমাৰ প্ৰথম চেষ্টা, গতিকে লাহে লাহে ফিচাৰসমূহ যোগ কৰা হ’ব ইন শ্বা আল্লাহ।
অনুবাদকঃ শ্বাইখ ৰফিকুল ইছলাম বিন হাবীবুৰ ৰহমান
এপ্পটো প্ৰস্তুত কৰিছেঃ চৈয়দ ইনজামূল হক |
অৱশেষত আল্লাহৰ ওচৰত দুআ কৰিছো, হে আল্লাহ! তুমি আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাক কবুল কৰা। লগতে পৃথিৱী আৰু আখিৰাতত উত্তম প্ৰতিদান দান কৰা আমাৰ সেই সকলো ভাতৃক, যিসকলে অৰ্থ আৰু শ্ৰমৰ দ্বাৰা প্ৰতিনিয়ত এই এপ্পটোৰ কৰ্মত নিয়োজিত আছিল।
App permissions
ছহীহ বুখাৰী 1.3 APK requires following permissions:
Allows an application to read from external storage.
Allows an application to write to external storage.
Allows applications to open network sockets.
Allows applications to access information about networks.
Ratings and Reviews
Rating: 4.9/5 based on Less than 100 reviews
(*) is required
5 ★ Very good app
5 ★ MashaAllah...Nice App
5 ★ Masha Allah....... Please add all volumes
5 ★ Alhumdulillah Summa Alhumdulillah . Jazak Allahu Khairan ❤️❤️ । You👇👇👇👇 অৱশেষত আল্লাহৰ ওচৰত দুআ কৰিছো, হে আল্লাহ! তুমি আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টাক কবুল কৰা। লগতে পৃথিৱী আৰু আখিৰাতত উত্তম প্ৰতিদান দান কৰা আমাৰ সেই সকলো ভাতৃক, যিসকলে অৰ্থ আৰু শ্ৰমৰ দ্বাৰা প্ৰতিনিয়ত এই এপ্পটোৰ কৰ্মত নিয়োজিত আছিল। 👆👆👆👆👆👆 Aameen ❤️❤️ ।
5 ★ আলহামদুলিল্লাহ৷ ইয়াৰ লগত জৰিত সকলোকে আল্লাহে উত্তম প্ৰতিদান দিয়ক৷ আমীন৷
5 ★ অসমীয়া ভাষাত; সচাকৈ অতুলনীয়। ঝাঝাকাল্লাহু খাইৰ।
5 ★ ধুনীয়া
5 ★ Nice app
5 ★ Very good
5 ★ Nice
5 ★ Nice
5 ★ Good
Previous versions
Similar to ছহীহ বুখাৰী
Venom Angry Crashy Rush Online APK
Buttocks Workout - Butt & Leg APK
Alarm Clock Xtreme & Timer APK
More from Islam House
Top download apps
فیلتر شکن جدید و قوی،فیلتر شکن قوی و پرسرعت رایگان APK