ApkDownload

Assamese Dictionary Original APK

Latest Version 1.1 for Windows
Updated 2016-11-12

App information

Version 1.1 (#1)

Updated 2016-11-12

APK Size 1 MB

Requires Android Android 2.3+ (Gingerbread)

Offered by Mr. Durlav Gogoi

Category Free Education App

App id com.aadarxa

Developer's notes This is an Assamese to English and English to Assamese bilingual dictionary app.

Screenshot

Click on the image to see full size

Latest updates

What's new in Assamese Dictionary Original 1.1

Minor bug fixed

Editor's review

Download the latest Assamese Dictionary Original application, version 1.1, compatible with Windows 10/11 (using emulators such as Bluestacks), Android devices. This free Education app is developed by Mr. Durlav Gogoi and is easy to download and install.

Previous versions, including 1.1, are also available. If you need help or have any problems, please let us know.

Description

This is an Assamese to English and English to Assamese bilingual dictionary app, which is almost incomparable in technology and content.

Ratings and Reviews

Rating: 4.7/5 based on 1+ reviews

(*) is required

3 ★ Obiously It is better than any other Assamese dictionary available in google play store. But it would be better if i can use my default keybord as I prefer auto filling option while typing words. Please add pronunciation of the words too.

5 ★ অসমীয়া অভিধান এপ্লিকেছনৰ ভিতৰত অতি উওম ,,, এই ABD এপ্লিকেছনটো,, সকলো ধৰনৰ শব্দ ইয়াত উপলব্ধ!আৰু বাকী বোৰ অভিধান এপৰ নিছিনা লেহেমিয়া নহয়!ধন্যবাদ জনাইছো ,, এই এপ্লিকেছনটোৰ পৰা আমাৰ যথেষ্ট উপকাৰ হৱ!

4 ★ I got the paid version. Thank you for the nice app. One problem... Couldn't find the "ref". Please look into this.

5 ★ অতি উপযোগী এপচ। এতিয়া হাতৰ মুঠিতে এখন দ্বিভাষিক অভিধান লৈ ফুৰিব পাৰিছো। এনেধৰণৰ উন্নত মানৰ অভিধানৰ এপচ মই আগতে দেখা নাছিলো। ইয়াত সহজে শব্দ বিলাক বিচাৰিব পাৰি। ধন্যবাদ দুৰ্লভ দাদা।

5 ★ ছাৰ, মই কথা এটা জানিব বিচাৰো! মই ইতিমধ্যে এশ টকা Pay কৰি apps টো install কৰিলোঁ। কিন্তু যদি মই apps টো uninstall কৰি পুনৰ install কৰো তেন্তে মই আকৌ Pay কৰিব লাগিব নেকি ?

3 ★ অসমীয়া ভাষা-সাহিত্যৰ উন্নয়নৰ বাবে এইটো অতি প্ৰয়োজনীয় কাম সম্পন্ন কৰা হ’ল ৷ যিটো কাম অসম সাহিত্য সভাৰ দৰে অনুষ্ঠানে কৰাৰ প্ৰয়োজন আছিল সেই কামটো শ্ৰীযুত দুৰ্লভ গগৈ ডাঙৰীয়াই সম্পন্ন কৰিলে ৷ শ্ৰীযুত গগৈ ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ জনালোঁ ৷ এই দ্বিভাষিক অভিধান "এপ"টো আজি "ডাউনল’ড" কৰি ওপৰে ওপৰে চকু ফুৰাই চাই ভালেই পাইছো ৷ এতিয়ালৈ ভুল চকুত পৰা নাই ৷ কিন্তু দুই এটা ভুল ওলালেও নিশ্চয় সংশোধন কৰিব পৰা যাব ৷ মুঠতে প্ৰয়োজনীয় কাম এটা সম্পন্ন হ’ল, এটি অভাৱ পুৰণ হ’ল……

5 ★ After this, now we need a audio assamese dictionary with correct pronunciation of every word or phrase

5 ★ এপচ টো বহুত বহুত ভাল ৷ আজি ১০০ টকা পেইড কৰি কিনিলো ৷ আপোনালৈ ধন্যবাদ ৷ যদি uninstall মাৰি দিও তে আকৌ টকা দিব লাগিব নেকি?

5 ★ Dear Mr. Durlav Gogoi আপোনাক এই অভিধানখনৰ বাবে অতিকৈ ধন্যবাদ জ্ঞাপন কৰিছো। ইংৰাজী শব্দৰ পৰা অসমীয়া অৰ্থ শিকিবলৈ ইয়াতকৈ ভাল অভিধান মোৰ দৃষ্টিত নাই। অভিধানখন ব্যৱহাৰ কৰি মই খুবেই উপকৃত হৈছো। মোৰ দৃষ্টিত ইমান সুন্দৰ অভিধান আন কতো বিচাৰি পোৱা নাই। কিন্তু কেইমাহ মান ধৰি অভিধানটোত এটা অসুবিধাই দেখা দিছে। বৰ্তমান অভিধানখনত picture বিলাক open নহয়। আৰু অসমীয়া keyboard খন অনুগ্ৰহ কৰি change কৰি দিব। Thank You

4 ★ সুন্দৰ ,আৰু কিছু শব্দৰ সংযোজন প্ৰয়োজন আছে লগতে চিষ্টেম keyboard support ক্ষেত্ৰত কিছু upgrade ৰ প্ৰয়োজন।

5 ★ It is a must for all writers, readers, students, parents and guardians. I tried it; I loved it.

5 ★ সকলোৱে লগত ৰাখিবলগীয়া এটা প্ৰয়োজনীয় app ... নিৰ্মাণকাৰীৰ এক প্ৰশংসনীয় প্ৰদক্ষেপ

5 ★ Durlabh da, শব্দ উচ্চাৰণ add koribo paribo nki? Anyway dhuniya kam t ahise dei. Tar babe Amar falor pora thanks

5 ★ সঁচাকৈ এখন উৎকৃষ্ট অভিধান৷ জীৱিকা অথবা নিচাৰ বাবেও অসমীয়া ভাষাত প্ৰতিদিনে কাম কৰি থকাসকলৰ কাৰণে যথেষ্ট সহায়ক৷ সহজে ব্যৱহাৰযোগ্য৷ এনে এক উত্তম অৱদানৰ বাবে ধন্যবাদ, দুৰ্লভ গগৈ ডাঙৰীয়া!

3 ★ ভাল অভিধান । পিছে অধিক উন্নত কৰাৰ থল ৰৈ গৈছে । অসমীয়া আৰু ইংৰাজী শব্দ লিখিবৰৰ বাাবে switching কৰাৰ অসুুবিধা । Keypad-ত প্ৰশ্নবোধক চিনটো বিচাৰি নাপালোঁঁ । অভিধানত বহু শব্দ বিচাৰি পোৱা নাযাায় ।

Previous versions

Assamese Dictionary Original 1.1 APK for Windows (#1, 1 MB)